Posts

Showing posts from October, 2023

H.S 1st Year Political Science||ৰাজনৈতিক তত্ত্ব(Political Theory)||Lesson-5 অধিকাৰ(Rights)||Assamese Medium Notes.

  অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন ৰচনাধৰ্মী প্ৰশ্ন:(Mark's-6) (1)নং প্ৰশ্ন:-অধিকাৰ উপভোগৰ ক্ষেত্ৰত থকা দায়বদ্ধতাসমূহ চমুকৈ বাখ্যা কৰা। Ans:-        Intr:-প্ৰত্যেক নাগৰিকৰ নিজৰ অধিকাৰ উপভোগৰ লগতে কিছুমান দায়ীবদ্ধতাও থকা উচিত।        তলত দায়বদ্ধতাসমূহ আলোচনা কৰা হ'ল-      (1)প্ৰত্যেক নাগৰিকৰ ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য থকা উচিত।      (2)নাগৰিকৰ আন এটা দায়িত্ব হ'ল আইন মানি চলা।      (3)প্ৰত্যেক নাগৰিকে নিজৰ স্বাৰ্থতকৈ দেশৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিব লাগে।যেনে-বায়ুমণ্ডলৰ ৰক্ষণাবেক্ষণ,পানী প্ৰদূষণ ৰোধ কৰা ইত্যাদি।    (4)ৰাষ্ট্ৰীয় ঐক্য, সংহতি,নিৰাপত্তা ৰক্ষাৰ প্ৰতি লক্ষ্য ৰখাটো প্ৰতিজন নাগৰিকৰ দায়িত্ব।    (5)আনৰ অধিকাৰক সন্মান জনোৱা প্ৰতিজন নাগৰিকৰে দায়িত্ব বা কৰ্তব্য বুলি ক'ব পাৰি    (6)প্ৰতিজন ব্যক্তিয়ে নিজৰ নিজৰ অধিকাৰবোৰৰ ওপৰত থকা সীমাবদ্ধতা সম্পৰ্কে সতৰ্ক থকা উচিত।             সামৰণি:-গতিকে ক'ব পাৰি যে-নিজৰ, সমাজৰ আৰু দেশৰ সৰ্বাংগীন মংগলৰ কাৰণে প্ৰত্যেকজন ...

H.S 1st YEAR POLITICAL SCIENCE||ৰাজনৈতিক তত্ব (POLITICAL THEORY)||Lesson-3 SOCIAL JUSTICS সামাজিক ন্যায়(Assamese Medium Notes)

  অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন:(Marks:6) ৰচনাধৰ্মী প্ৰশ্ন: (1)নং প্ৰশ্ন:-সামাজিক ন্যায়ৰ বিভিন্ন দিশসমূহ বাখ্যা কৰা। Ans:-      Intr:-বৰ্তমান যুগত ন্যায়ক প্ৰাকৃতিক,বৈধিক ৰাজনৈতিক, অৰ্থনৈতিক,এইকেইটা দিশত ভগাব পাৰি।     (1) প্ৰাকৃতিক ন্যায়:-মানুহৰ প্ৰকৃতিগত স্বভাৱ আৰু আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত ন্যায়কে প্ৰাকৃতিক ন্যায় বুলি ক'ব পাৰি।     (2)বৈধিক ন্যায়:-প্ৰচলিত বিধি বিধানৰ জৰিয়তে জনসাধাৰণৰ মাজত সৃষ্টি হোৱা বাদ-বিবাদক মীমাংসা কৰি দোষীক দোষৰ উপযুক্ত শাস্তি বিধান কৰা ব্যৱস্থাকে বৈধিক ন্যায় আখ্যা দিব পাৰি।     (3)সামাজিক ন্যায়:-যি সমাজত জাতি,ধৰ্ম,ভাষা,বৰ্ণ আদিৰ ভিত্তিত মানুহৰ মাজত উচ্চ-নীচ,সৰু-ডাঙৰ আদিৰ ব্যৱস্থা নাই সেই সমাজ সামাজিক ন্যায়ৰ ভিত্তিত প্ৰতিষ্ঠিত বুলি ক'ব পাৰি।     (4)ৰাজনৈতিক ন্যায়:-যি সমাজত সকলো শ্ৰেণীৰ লোকে ৰাজনীতিত অংশগ্ৰহণৰ সুবিধা পায়, সেই সমাজ ৰাজনৈতিক ন্যায়ৰ ভিত্তিত প্ৰতিষ্ঠিত বুলি ক'ব পাৰি।    (5)অৰ্থনৈতিক ন্যায়:-জীৱন ধাৰণৰ কাৰণে নিম্নতম সুবিধা সকলো পোৱাকে অৰ্থনৈতিক ন্যায় বুলিব পাৰি।     সামৰণি:-এই বিভিন্...