H.S 1st Year ||ৰাজনৈতিক তত্ব Lesson-3 সমতা(EQUALITY)||( Assamese Medium Notes)
অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন: ৰচনাধৰ্মী প্ৰশ্ন:(Mark's:6) (1)নং প্ৰশ্ন:-সমতাৰ সংজ্ঞা দিয়া আৰু ইয়াৰ শ্ৰেণীবিভাজন আলোচনা কৰা। Ans:- Intr:-সমতাৰ ধাৰণাটো এটা গুৰুত্বপূৰ্ণ গণতান্ত্ৰিক আদৰ্শ।সাধাৰণ অৰ্থত সমতা শব্দই সকলোকে সমান বুজায়। সমতাৰ সংজ্ঞা:- (1)লাস্কিৰ মতে "বিশেষ সুযোগ-সুবিধাৰ অনুপস্থিতিয়েই হৈছে সমতা"। (2)লয়েডৰ মতে"সমতাৰ অৰ্থ হ'ল সকলো মানুহকে সমান বুলি গণ্য কৰি সকলোকে সমান সুযোগ-সুবিধা দিব লাগে।" ৰাজনীতি বিজ্ঞানত সমতা শব্দটোৱে ৰাষ্ট্ৰৰ ভিতৰত বসবাস কৰা প্ৰতিজন নাগৰিকে সমান সা-সুবিধা আৰু সুযোগ লাভ কৰা ব্যৱস্থাকে বুজায়। সমতাৰ শ্ৰেণীবিভাজন:- ৰাজনীতি বিজ্ঞানী সকলে বিভিন্ন ধৰণে সমতাৰ শ্ৰেণীবিভাজন কৰিছে। (1)নাগৰিক সমতা:-নাগৰিক সমতাই ৰাষ্ট্ৰৰ সকলো মানুহৰ সমান অধিকাৰক বুজায়।জাতি,ধৰ্ম,বৰ্ণ নিৰ্বিশেষে সকলো আইনৰ চকুত সমান। (2)সামাজিক সমতা:...