Ahsec Class12 History||Chapter-15 Partitions through oral sources||ভাৰত বিভাজন:মৌখিক সমল(Assamese medium notes)
অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন:
চমু প্ৰশ্ন:(Marks:2)
(1)নং প্ৰশ্ন:- ভাৰত বিভাজনৰ অভিজ্ঞতা মহিলাসকলৰ কেনে আছিল বৰ্ণনা কৰা।
Ans:-
ভাৰত বিভাজনৰ মহিলাসকলৰ অভিজ্ঞতা বহু বেদনাদায়ক আছিল।
বহুতো মহিলা হত্যা ধৰ্ষণৰ বলি হৈছিল।ভাৰতৰ মুছলমান তিৰোতা আৰু পাকিস্তানৰ হিন্দু তিৰোতাক তেওঁলোকৰ হিন্দু বা মুছলমান পৰিয়ালৰ পৰা জোৰকৈ বিছিন্ন কৰা হৈছিল।
ৰাৱালপিণ্ডিৰ এখন গাঁৱৰ 90 গৰাকী তিৰোতাই শত্ৰুপক্ষৰ পৰা বাচিব নোৱাৰি কোঁৱাত পৰি আত্মহত্যা কৰিছিল।
গতিকে ইয়াৰ পৰাই বুজিব পাৰি তেওঁলোকৰ অভিজ্ঞতা অতি দুখ লগ আছিল।
______ ৹৹৹ ________
(2)নং প্ৰশ্ন:-ভাৰত বিভাজনৰ বিৰোধিতা কৰা দুজন কংগ্ৰেছ নেতাৰ নাম লিখা।
Ans:-
(1)মহাত্মা গান্ধী
(2)মৌলানা আবুল কালাম আজাদ।
______ ৹৹৹ _______
Comments
Post a Comment