AHSEC Class12 History||Chapter-16||The Making Of The Constitution:The Beginning Of A New Era||ভাৰতীয় সংবিধানৰ ৰচনা:এক নতুন যুগৰ ৰচনা।

 অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন:

ৰচনাধৰ্মী প্ৰশ্ন:

(1)নং প্ৰশ্ন:-সংবিধান সভাৰ সদস্যসকলে এখন শক্তিশালী কেন্দ্ৰীয় চৰকাৰৰ সপক্ষে কি কি যুক্তি দাঙি ধৰিছিল?

Ans:-

       Intr:-সংবিধান সভাত কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰদেশবোৰৰ ক্ষমতা সম্পৰ্কেও আলোচনা হৈছিল।

       নেহৰুৱে দেশৰ অখণ্ডত আৰু নিৰাপত্তা নিশ্চিত কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ হাতত অধিক ক্ষমতাৰ পোষকতা কৰিছিল।যিহেতু,দুৰ্বল কেন্দ্ৰীয় চৰকাৰ এখনে ৰাষ্ট্ৰৰ শান্তি নিশ্চিত কৰিব নোৱাৰে।

     ভীমৰাও আম্বেদকাৰে যুক্তি দিছিল যে দেশৰ চুকে কোণে সংঘটিত হৈ থকা বিদ্রোহ,আন্দোলনে দেশখনক বহুদূৰ পিছুৱাই নিয়ে গতিকে সাম্প্ৰদায়িক বাধা দিবৰ বাবেও এটা শক্তিশালী কেন্দ্ৰীয় চৰকাৰৰ পোষকতা কৰিছিল।

    বালকৃষ্ণ শৰ্মাই কৈছিল যে এক শক্তিশালী কেন্দ্ৰইহে দেশৰ সামূহিক স্বাৰ্থ ৰক্ষা কৰিব পাৰে,শাসন আৰু সম্পদ সঠিকভাৱে পৰিচালনা কৰিব পাৰে।

     গোপালকৃষ্ণ আয়াংগাৰে যিমান সম্ভৱ সিমান ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ পোষকতা কৰিছিল।

     সামৰণি:-এইদৰে দীঘলীয়া বিতৰ্কৰ অন্তত কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা বৃদ্ধি হৈছিল।

                ______ ৹৹৹৹ ______

    

Comments

Popular posts from this blog

AHSEC Class 12 Political Science Chapter-2:দ্বি ৰাষ্ট্ৰবাদৰ অৱসান(End Of Bipolarity)important notes in assamese medium

H.S 1st Year||POLITICAL THEORY||ৰাজনৈতিক তত্ত্ব:এক চমু পৰিচয়||Political Theory:An Introduction||(Assamese Medium Notes)

H.S 1st Year||Political Science||ৰাজনৈতিক তত্ব(Political Theory)||Chapter-6||নাগৰিকতা(Citizenship)||Assamese Medium Notes.-